টাই আহোমৰ ক্ষোভ প্ৰকাশ অ’ৰামৰ মন্তব্যৰ ওপৰত

টাই আহোমৰ ক্ষোভ প্ৰকাশ অ’ৰামৰ মন্তব্যৰ ওপৰত
Published on

অসমৰ ছয় জনগোষ্ঠীয় সকলৰ জনজাতিকৰণৰ পূৰণৰ ক্ষেত্ৰত চল্লিছ বছৰ সময় লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ'ৰামৰ শেহতীয়া মন্তব্যত কামৰূপ জিলা কমিটীৰ টাই আহোম মহিলা পৰিষদে ক্ষোভ প্ৰকাশ কৰিছে।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উচ্চ দায়িত্বহীনতাৰ মন্তব্য প্ৰকাশ কৰে বুলি মহিলা পৰিষদ খনৰ অধ্যক্ষ কল্পনা গগৈ আৰু সাধাৰন সভানেত্ৰী জানমনি গগৈয়ে ক্ষোভ প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com