টাটা ট্ৰাষ্টৰ লগত কৰা চুক্তিক আদৰণি বিৰোধীৰ

টাটা ট্ৰাষ্টৰ লগত কৰা চুক্তিক আদৰণি বিৰোধীৰ
Published on: 

অসম বিধান সভাৰ বিৰোধী নেতা দেবব্ৰত শইকীয়াই ১৯ খন কেন্সাৰ চিকিৎসালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ লগত কৰা চুক্তিক আদৰণি জনাইছে। শইকীয়াই এক বিজ্ঞপ্তিযোগে চৰকাৰী চিকিৎসালয়ৰ গুৰুত্বহীনতাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com