প্ৰথমজন হিন্দু ৰাজনৈতিকবিদ হিচাপে পাকিস্তানৰ সাধাৰন নিৰ্বাচনত বিজয় লাভ মহেশ কুমাৰ মালানিৰ

প্ৰথমজন হিন্দু ৰাজনৈতিকবিদ হিচাপে পাকিস্তানৰ সাধাৰন নিৰ্বাচনত বিজয় লাভ মহেশ কুমাৰ মালানিৰ
Published on

পাকিস্তানৰ প্ৰথম জন হিন্দু ৰাজনৈতিকবিদ হিচাপে সাধাৰন নিৰ্বাচনত বিজয় লাভ কৰিছে মহেশ কুমাৰ মালানিয়ে।১৬ বছৰৰ পাছত হিন্দু লোকে পাকিস্তাৰ সাধাৰন নিৰ্বাচনত ভোট দিয়াৰ লগতে প্ৰতিদন্দিতা আগবঢ়োৱাৰ অধিকাৰ প্ৰদান কৰা হয়।দক্ষিণ সিন্দ প্ৰদেশৰ থাপৰাকৰ সমষ্টীৰ পৰা পাকিস্তান পিপলচ পাৰ্টীৰ পৰা প্ৰতিযোগিতা আগবঢ়াই ১৪ জন প্ৰতিদন্দিক পৰাস্ত কৰি সংসদলৈ নিৰ্বাচিত হয়।মালানিয়ে ১,০৬,৬৩০ টা ভোট পোৱাৰ বিপৰীতে গ্ৰেণ্ড ডেম্ৰকেটিক এলাইনচৰ আৰবাব জাকাউল্লাহে ৮৭,২৫১ টা ভোট লাভ কৰি পৰাজয়বৰণ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com