মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে উদ্দোধন কৰিলে ৰাজ্যৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়

মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে উদ্দোধন কৰিলে ৰাজ্যৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়
Published on

মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাউলাই ৰাজধানী আইজলৰ পৰা ১৬ কিলো মিটাৰ দক্ষিনত অৱস্থিত ফালকাউনত চিকিৎসা শিক্ষা আৰু গবেষণা প্ৰতিস্থান নামাকৰনেৰে ৰাজ্যৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰে।চিকিৎসা মহাবিদ্যালয় খনৰ পাঠদান পৰৱৰ্তী সপ্তাহৰ পৰা আৰম্ভ হব,১০ জন প্ৰবাসী ভাৰতীয় শিক্ষাৰ্থীৰ লগতে মুঠ ৭৩ জন শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰিছে।প্ৰতিস্থান খন মিজোৰাম চৰকাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে সহযোগত প্ৰতিস্থা কৰা হৈছে।মুখ্যমন্ত্ৰী লাল থানহাউলাই কয় যে ভগৱানৰ এই মহান উপহাৰটোৰ বাবে আমি অতি আনন্দিত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com