ৰাজ্য সভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়ন পত্ৰ বৈধ

ৰাজ্য সভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়ন পত্ৰ বৈধ
Published on

ৰাজ্য সভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে দাখিল কৰা মনোনয়ন পত্ৰ বৈধ বুলি প্ৰকাশ কৰে অসম বিধানসভা সচিবালয়ৰ ৰিটাৰনিং অফিচাৰে। উল্লেখযোগ্য যে দুয়োজন প্ৰাৰ্থীয়ে বিনা প্ৰতিদন্দ্বিতাৰে নিৰ্বাচনীত হয়। কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ বাদে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল নকৰিলে । ৩১ মেৰ ৩ বজাত অনুষ্ঠানিক ভাবে ঘোষণা কৰিব ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com