সমাহাৰ নাট্য গোষ্ঠীৰ ৫০০ ছাত্ৰ-ছাত্ৰীক চুৱেটাৰ দান

আগশাৰীৰ নাট্যগোষ্ঠী সমাহাৰ নাট্য গোষ্ঠীয়ে ইয়াৰ শুভাকাংক্ষীসকলৰ সৈতে আগবাঢ়ি গৈ সহায় কৰিছে দৰিদ্ৰ আৰু আৰ্তজনক
সমাহাৰ নাট্য গোষ্ঠীৰ  ৫০০ ছাত্ৰ-ছাত্ৰীক চুৱেটাৰ দান
Published on: 

ডিব্ৰুগড়ঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পুৰণি কৰ্মচাৰীৰ কোৱাৰ্টাৰ ভাঙি আঠ মহলীয়া অট্টালিকা স্থাপন কৰাৰ কথা ঘোষণা কৰে। ইয়াত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আজি কেবিনেটে ৩০০ কোটি টকা ব্যয় কৰি এ এম চি এইচত আঠ মহলীয়া অট্টালিকা নিৰ্মাণৰ সিদ্ধান্ত লৈছে। পুৰণি কোৱাৰ্টাৰ ভাঙি এ এম চি এইচৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নতুন অট্টালিকা নিৰ্মাণ কৰা হ'ব।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com