গুৱাহাটীত আৰম্ভ হ'ব বিশেষ তীৰ্থযাত্ৰী ফেৰী সেৱা

জয়ন্ত মল্লবৰুৱাই বৃহস্পতিবাৰে এই ঘোষণা কৰে
গুৱাহাটীত আৰম্ভ হ'ব বিশেষ তীৰ্থযাত্ৰী ফেৰী সেৱা
Published on

গুৱাহাটী : অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজধানী চহৰত শীঘ্ৰে বিশেষ তীৰ্থযাত্ৰা ফেৰী সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

বৃহস্পতিবাৰে কৰা এই ঘোষণাৰ জৰিয়তে তীৰ্থযাত্ৰীসকলে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ মূল মন্দিৰসমূহ সামৰি লোৱা যাত্ৰা উপভোগ কৰিব পাৰিব। আন বিভিন্ন বিষয়ৰ লগতে অসম কেবিনেটত তীৰ্থযাত্ৰী ফেৰীখন উলিয়াই অনাৰ সিদ্ধান্ত লোৱা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com