চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত গোসাঁইগাঁৱত বিজেপিৰ বিজয় উৎসৱ

চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত গোসাঁইগাঁৱত বিজেপিৰ বিজয় উৎসৱ
Published on

চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব বিজয়ৰ পিছত,গোঁহাইগাঁও ব্লকে গোঁসাইগাঁও ৰেল ষ্টেশ্যনৰ পৰা অঞ্চলটোৰ বিভিন্ন ঠাইলৈ বিজয় উৎসৱ শীৰ্ষক ৰেলীৰ আয়োজন কৰিছে । গোঁসাইগাঁৱৰ উপ মণ্ডলৰ প্ৰভাৰী ঋকেশ আগৰৱালে সংবাদ মাধ্যমৰ সন্মুখত মত বিনিময় কৰি কয় যে সকলো বিজেপি কৰ্মীৰ প্ৰেৰণা দিবৰ কাৰণে এই উৎসৱ পালন কৰা হৈছে।

লগতে বিটিছিৰ অনাগত নিৰ্বাচনত তেওঁৰ দলে জয় লাভ কৰিব ৷ ইফালে বিটিছি নিৰ্বাচনৰ প্ৰস্তুতি বিজয় উৎসৱৰ পৰাই হৈছে বুলি কয় ঋকেশ আগৰৱালাই।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com