অতি নিম্ন মানদন্দ্বৰ কামৰ বিৰুদ্ধে স্থানীয়লোকৰ অভিযোগ

অতি নিম্ন মানদন্দ্বৰ কামৰ বিৰুদ্ধে স্থানীয়লোকৰ অভিযোগ
Published on

যিসময়ত চৰকাৰে দুৰ্নীতি আৰু কৰ্মৰ গাফিলতিৰ বিৰুদ্ধে অভিযান চলাই আছে সেইসময়তে টংলা-মহলিয়াপাৰা ৰাস্তা বনোৱা কাম হাতত লোৱা ঠিকাদাৰৰ নিম্ন মানদন্দ্বৰ কামৰ কথা পোহৰলৈ আহিছে। যোৱা দশকৰ পৰাই এটা অংশ দৰং আৰু এটা অংশ ওদালগুৰি জিলাত পৰা এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত আছে। স্থানীয়লোকসকলে ইয়াৰ বিৰুদ্ধে বিক্ষোভ কৰাত ঠিকাদাৰজনে নিম্ন মানৰ কামৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com