অসম বিশ্ববিদ্যালয়ৰ দুজন অধ্যাপকক নিলম্বন

অসম বিশ্ববিদ্যালয়ৰ দুজন অধ্যাপকক নিলম্বন
Published on: 

অসমৰৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুস্থান অসম বিশ্ববিদ্যালয়ৰ দুজনকৈ শিক্ষক নিলম্বন হোৱা ঘটনাই বিশ্ববিদ্যালয়ৰ লগতে সমগ্ৰ বৰাক উপত্যকাতে চাঞ্চল্য সৃষ্টি কৰিছে।কৃষি অভিযান্তিক বিভাগৰ মুৰব্বী অধ্যাপক ড° সুদিপ্ত সৰকাৰ আৰু সমাজতন্ত্ৰ বিভাগৰ সহযোগী অধ্যাপক ড° নিৰাকাৰ মালিকৰ বিৰুদ্ধে অভিযান্ত্ৰিকৰ স্নাতকোত্তৰৰ চূড়ান্ত বছৰৰ ছাত্ৰ এজনক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল।সদৌ কাচাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সংগঠনৰ লগতে অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ দাবীত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিলম্বন কৰিবলৈ বাধ্য হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com