অসম সাহিত্য সভাৰ “সেউজ যাত্ৰা”

অসম সাহিত্য সভাৰ “সেউজ যাত্ৰা”
Published on: 

অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত অহা ২০১৮ৰ ৫জুনৰ পৰা প্ৰথমবাৰৰ বাবে "সেউজ যাত্ৰা" নামৰ কাৰ্যসূচীৰ দ্ধাৰা অসমৰ অৰণ্য,বন্যপ্ৰাণী তথা পৰিবেশ সুৰক্ষাৰ বাবে আনুষ্ঠানিক ভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহন কৰাৰ লগতে ৰাজ্যৰ ৩৩গৰাকী পৰিৱেশ কৰ্মীক সন্মান প্ৰদৰ্শন কৰা হব।ইয়াৰ উপৰিও বিদ্যালয়,মহাবিদ্যালয় আৰু বিশ্ব:বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বন্যপ্ৰাণী সংৰক্ষণমূলক কিতাপ-পত্ৰ প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহন কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com