অসম ৰাজ্যপাল ভ্ৰমণ কৰিব শিৱসাগৰ

অসম ৰাজ্যপাল ভ্ৰমণ কৰিব শিৱসাগৰ
Published on: 

অসম ৰাজ্যপাল জগদীশ মুখীয়ে অহা জুনৰ ২৬-২৮ তাৰিখত তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্ৰমণ কৰিব।জানিব পৰা মতে, ৰাজ্যপাল জগদীশ মুখীয়ে সুৰক্ষা সংস্থা,চৰকাৰী মুখ্য কাৰ্যালয় সমূহ,ভিন্ন সংগঠন সমূহ,আৰু সাংবাদিক সকলৰ সৈতে সভাত বহিব। জুনৰ ২৭ তাৰিখে চৰাইদেওলৈ ভ্ৰমণ কৰিব। ইয়াৰ উপৰিও ৰাজ্যপাল কিছুমান চৰকাৰী কাৰ্যালয়,স্কুল,ক'লেজ সমূহৰ চাফচিকুনতাৰ লগতে স্বচ্ছ ভাৰত অভিযান প্ৰতি পৰিদৰ্শন কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com