ৰাজ্যিক বাতৰি
আছু আৰু ২৮জনগোষ্ঠীয় দলৰ আহ্বানত সত্যাগ্ৰহত উত্তাল লখিমপুৰ
যোৱা শুক্ৰবাৰে লখিমপুৰ জিলাত ২৮টা জনগোষ্ঠীয় দল আৰু লগত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিল২০১৬ৰ বিৰুদ্ধে 'গণ সত্যাগ্ৰহ' পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰে।উত্তৰ লখিমপুৰ জিলাৰ ল'ৰা হাইস্কুলৰ খেলপথাৰৰ পৰা ভিন্ন শ্লোগানৰে প্ৰতিবাদ জনায়।