এন আৰ চিৰ নামত ষড়যন্ত্ৰ কোনো দুষ্ট লোকৰ

এন আৰ চিৰ নামত ষড়যন্ত্ৰ কোনো দুষ্ট লোকৰ
Published on: 

এন আৰ চিৰ দ্বিতীয় খন খচৰা প্ৰকাশৰ পূৰ্বেই এন আৰ চিক লৈ অশুভনীয় বাৰ্তা।এন আৰ চি বন্ধ কৰাৰ ষড়যন্ত্ৰত কৰিছে কোনো দুষ্ট চক্ৰই।লাখ লাখ মুছলমান লোকৰ নাম এন আৰ চিৰ পৰা নোহোৱা কৰাৰ অপপ্ৰচাৰ চলাইচে আৱাজ প’ৰ্টেল নামৰ ৱেবচাইটত।জানিব পৰা মতে ফেচবুক মেচেঞ্জাৰযোগে অচিনাক্ত লোকে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাকো ব্যক্তিগতভাৱে মেচেজ প্ৰদান কৰিছে।সেয়ে হাজেলাই অসমবাসীক এন আৰ চিৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com