কলাইগাঁৱত সম্বৰ্ধনা অনুষ্ঠান

কলাইগাঁৱত সম্বৰ্ধনা অনুষ্ঠান
Published on

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বিজ্ঞান ২০০১, কেন্দুকলাই বেচৰকাৰী সংগঠন এটাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংছন আৰু ষ্টাৰ সহ নম্বৰ লাভ কৰা ৩৪গৰাকী মেধাৱী কৃতিসম্পন্ন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। কেন্দুকলাই ভৱনত যোৱা দেওবাৰে অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানটিত আৰ্থিক ভাৱে পিছপৰা দুজনকৈ ছাত্ৰ-ছাত্ৰী আৰ্থিক সাহাৰ্য্য প্ৰদানৰো ব্যৱস্থা কৰে।সেনা সকলৰ প্ৰধান অধিকাৰী ৰাহুল সিঙে বটাঁ সমূহ প্ৰদান কৰে লগতে "ভইচ ইণ্ডিয়া কিডচ" বিজয়ী মানসী চহৰীয়াকো সম্বৰ্ধনা জনোৱা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com