খেতিয়ক সকলৰ বাবে সজাগতা শিৱিৰ আয়োজন

খেতিয়ক সকলৰ বাবে সজাগতা শিৱিৰ আয়োজন
Published on: 

ইণ্টানেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট,ফিলিপাইনছৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰই নলবাৰী জিলাত খেতিয়ক সকলৰ জ্ঞানৰ্থে ভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে । যোৱা শুক্ৰবাৰ আৰু শনিবাৰে ৱৰ্ল্ড বেংক ফাইনেনঞ্ছ 'এসাম এগ্ৰি-বিজনেচ এণ্ড ৰুৰেল ট্ৰেঞ্ছফৰমেশ্বন' অনুষ্ঠান দুখনৰ আয়োজন কৰে ।

সজাগতা অনুষ্ঠান খনত চৰকাৰী বিষয়া কৰ্মাচাৰীৰ আৰু বহু কেইগৰাকী খেতিয়কৰ লগতে মুঠ ৫০জন লোকস অংশ গ্ৰহন কৰিছে ।অনুষ্ঠানত উপস্থিত থকা কৃষি বিজ্ঞান কেন্দ্ৰ মুখ্য মৃদুল ডেকাই মত প্ৰকাশ কৰি কয় যে,খেতিৰ বাবে প্ৰয়োজনীয় সকলো তথ্য প্ৰযুক্তিৰ আপগ্ৰেড কৰাৰ লগতে এই সমূহৰ সুবিধাবোৰৰ বিষয়েও জনায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com