গনেশগুৰি উৰণীয়া সেতুঁৰ তলত যান-বাহনৰ ৰখাৰ ব্যৱস্থা

গনেশগুৰি উৰণীয়া সেতুঁৰ তলত যান-বাহনৰ ৰখাৰ ব্যৱস্থা

পুনৰ মুকলি হ'ল গনেশগুৰি উৰণীয়া সেতুঁৰ তলত যান-বাহনৰ ৰখাৰ ব্যৱস্থা।জানিব পৰা মতে,গুৱাহাটী পৌৰনিগমে ১০বছৰৰ পিছত যান-বাহন ৰখাৰ বাবে এই সুকীয়া ব্যৱস্থা গ্ৰহন কৰে।সেয়ে গুৱাহাটী পৌৰনিগমে এই সন্দৰ্ভত সঠিককৈ নিৰীক্ষণ কৰে।২০০৮চনত সংঘটিত হোৱা বোমা বিস্ফোৰন পিছত এই স্থান যান-বাহন ৰখাৰ বাবে বন্ধ কৰি থোৱা আছিল।কিন্তু পৰৱৰ্ত্তী সময়ত এই স্থান মুকলি কৰা হ'ব বুলি নতুনকৈ পদক্ষেপ গ্ৰহণ কৰা হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com