চালানী মাছক লৈ মহানগৰবাসীৰ ভয়

চালানী মাছক লৈ মহানগৰবাসীৰ ভয়
Published on: 

অসম চৰকাৰে কিছুদিন পূৰ্বে ১০দিনলৈ চালানী মাছৰ সৰবৰাহ কৰা বন্ধ কৰি ৰখাৰ পিছত পুনৰ গুৱাহাটীৰ ভিন্ন বজাৰত মাছৰে ভৰি পৰিছে আৰু মহানগৰবাসী তথা স্থানীয় বাসিন্দা সকলে পূৰ্বৰ দৰে মাছ সমূহ ক্ৰয় কৰিছে।চালানী মাছ বন্ধ হৈ থকাৰ সময়ছোৱাত ইয়াৰ লোকেল মাছ সমূহেই বজাৰত স্থান পাইছিল,পুনৰ চালানী মাছৰ চলাচল আৰম্ভ হৈছে যদিও মহানগৰবাসী সকলে মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সজাগ হোৱা দেখা গৈছে।অসম চৰকাৰে চালানী মাছৰ আমদানী বন্ধ কৰাৰ পিছত মহানগৰবাসীয়ে চালানী মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত এক শিক্ষা লাভ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com