চৰকাৰী বন্ধ সমূহক লৈ বৈঠক

চৰকাৰী বন্ধ সমূহক লৈ বৈঠক
Published on

যোৱাকালি অনুষ্ঠিত হৈ যোৱা বিজেপি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বৈঠকত চৰকাৰী কৰ্মচাৰী সকলৰ বন্ধৰ তালিকা দীঘল হোৱা বাবে তৰুণ গগৈয়ে তেওঁলোকৰ বন্ধ কমাবৰ বাবে আলোচনাত মিলিত হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com