জিলা প্ৰশাসন আৰু আৰক্ষী উপায়ুক্তৰ মাজত এখন যুটীয়া সভা

জিলা প্ৰশাসন আৰু আৰক্ষী উপায়ুক্তৰ মাজত এখন যুটীয়া সভা
Published on

কামৰূপ গুৱাহাটী জিলা প্ৰশাসন আৰু আৰক্ষী উপায়ুক্তৰ মাজত চাৰ্কিট হাউছত এখন যুটীয়া সভা অনুষ্ঠিত হয়।এই সভাৰ পিছত মুখ্যমন্ত্ৰী সোণোৱালে শান্তিপুৰ্ণ বজাই ৰাখিব দিয়াৰ লগতে কোনো ধৰনৰ উৰাবাতৰিক গ্ৰহন কৰাৰ পৰা বিৰত থাকিবলৈ মত প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com