জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বটাঁ প্ৰদান

জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বটাঁ প্ৰদান
Published on: 

জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গক পুৰুষোত্তম দাস বঁটা প্ৰদান। বৰপেটাত সোমবাৰে নিশা প্ৰদান কৰা হয় এই বঁটা। চাউলখোৱা মহোৎসৱ উদযাপন সমিতিয়ে প্ৰদান কৰে বঁটা জুবিন গাৰ্গক। সংগীত তথা সাংস্কৃতিক ক্ষেত্ৰলৈ বৰঙণিৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয় এই সন্মান । বঁটা গ্ৰহণ কৰি বৰপেটাবাসীক ধন্যবাদ আৰু শুভকামনা জুবিন গাৰ্গৰ। লগতে ‘মই নিৰ্বাচন ভাল নাপাওঁ’– এই বুলি মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com