ৰাজ্যিক বাতৰি
জুবিন গাৰ্গে গ্ৰহন কৰিলে আনন্দৰাম বৰুৱা বটাঁ
পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক আনন্দৰাম বৰুৱা বটাঁ প্ৰদান কৰা হয়।যোৱা বুধবাৰে শিক্ষক দিৱসৰ দিনাখন এই বটাঁ প্ৰদান কৰা হয়।১লাখ টকাৰ বৰঙনি,গামোচা,চেলেং চাদৰ,কিতাপৰ টোপোলা আৰু প্ৰতিষ্ঠান খনৰ স্মাৰক চিহ্ন প্ৰদান কৰা হয়।