জুলাইৰ শেষত নাইবা আগষ্টৰ প্ৰথম ভাগত বিধানসভা আৰম্ভ

জুলাইৰ শেষত নাইবা আগষ্টৰ প্ৰথম ভাগত বিধানসভা  আৰম্ভ
Published on: 

অসম বিধানসভা জুলাইৰ শেষত নাইবা আগষ্টৰ আগে আগে অনুষ্ঠিত হব।অসম ৰাজ্যিক সচিবালয়ৰ নতুন বিধানসভাৰ বিল্ডিংৰ নিৰ্মান কাৰ্য্য এতিয়াও আধৰুৱা হৈ থকাৰ কাৰণে এই ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে।নতুনকৈ নিৰ্মান কৰি থকা বিল্ডিংৰ তিনিটা অংশ আছে যদিও তাৰ এটা অংশৰহে কাম কিছু আগবাঢ়িছে।বাকী দুটা অংশৰ কাম অতি লেহেমীয়া গতিৰে আগবাঢ়িছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com