ৰাজ্যিক বাতৰি
ডিব্ৰুগড়ত সংঘটিত অগ্নিকাণ্ড
ডিব্ৰুগড় নগৰৰ মাজমজিয়াত এছ এইচ ৰোডত থকা চিটী টাৱাৰত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ ফলত অঞ্চলটিত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এখন হোটেলৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে।জুই নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়।তেওঁলোকৰ গাড়ী আহি জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।