
ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিমাহাচাও ভ্ৰমণ কৰি বহুত কেইখন সভাত অংশগ্ৰহণ কৰি পাহাৰীয়া জিলাখনলে সাহাৰ্য্য ঘোষণা কৰে।ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ বাবে ৫০ কোটি ঘোষনা কৰাৰ লগতে ১০০ কোটি সকলো ধৰনৰ উন্নয়নৰ বাবে ঘোষণা কৰে।শৰ্মাই লগতে কয় যে হাফলং চিকিৎসালয়ত আইচিইউ ব্যৱস্থা কৰা হব।মাইবং কলেজত বিজ্ঞান শাখাৰ ব্যৱস্থা কৰাৰ লগতে হাফলং চৰকাৰী মহাবিদ্যালয়ত চিটৰ সংখ্যা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।