তেজপুৰত বিজেপিৰ অটল বিহাৰী বাজপেয়ীক বিশাল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Published on

শোনিতপুৰ জিলা বিজেপিৰ উদ্যোগত তেজপুৰৰ হেমবৰুৱা ভৱনৰ প্ৰাংগনত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী তথা ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীক ব্যাপক ভাৱে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি তদুপলক্ষে জিলা বিজেপিৰ সভাপতি মৃনাল শইকীয়াই আতঁ ধৰা অনুষ্ঠানত শোনিতপুৰ জিলাৰ বিজপি প্ৰাক্তন বিষয়ববীয়াসহ জিলাখনৰ বিজেপিৰ আটাই কেইটা মণ্ডলৰ সভাপতি, সম্পাদক সহ কেবাশতাধিক দলীয় কৰ্মী উপস্থিত থাকি জননেতা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্প মাল্যাৰ্পনেৰে স্মৰণ কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com