দুলীয়াজান মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সাধাৰণ সভা অনুষ্ঠিত

দুলীয়াজান মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সাধাৰণ সভা অনুষ্ঠিত
Published on

দুলীয়াজানৰ আটাইতকৈ পুৰণি তথা অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান দুলীয়াজান মহাবিদ্যালযে চালিত বৰ্ষত সগৌরবেৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে ।মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাই এই সোণালী জয়ন্তী সমাৰোহৰ আৰম্ভণি অনুষ্ঠানত উদযাপন সমিতিক সহায় সহযোগিতা আগ বঢ়ায় আহিছে ।এই সোণালী জয়ন্তী বৰ্ষৰ আগন্তুক দিনত সন্থাই এই ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰিব তাৰ ওপৰত বিশদ আলোচনাৰ বাবে সন্থাই অহা ১৫ ছেপ্টেম্বৰ২০১৮ তাৰিখে মহাবিদ্যালয় খনৰ পেক্ষাগৃহত এখন সাধাৰণ সভা আহ্বান কৰিছে ।সেই সভাত মহাবিদ্যালয় খনৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে বিষয় ববীয়া সকলৰ উপস্থিত কামনা কৰিছে দুলীয়াজান মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ সম্পাদক গৰাকীয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com