দৰং জিলাত কৃষি উদ্যানবিদ্যাৰ খেতিৰ বাবে কৰ্মশালাৰ আয়োজন

দৰং জিলাত কৃষি উদ্যানবিদ্যাৰ খেতিৰ বাবে কৰ্মশালাৰ আয়োজন
Published on

"আন্ধাৰক দোষাৰোপ কৰাতকৈ এডাল মম বাতি জলাই লোৱাটো বেচি ভাল" শীৰ্ষক নীতিবাক্যক উদ্দেশ্য হিচাপে লৈ দৰং জিলাৰ মুঠ ৭৫ গৰাকী যুৱক-যুৱতীৰ ভিতৰত গৃহিনীয়েও কৃষি খেতিৰ উৎপাদনৰ বাবে নিজকে নিয়োজিত কৰিছে। মংগলদৈ সংবাদ চক্ৰৰ উদ্যোগত দৰং জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ সহযোগত এদিনীয়া কাৰ্য্যসুচীৰে কৃষি কৰ্মৰ জড়িয়তে স্বাৱলম্বিতা হোৱাৰ বাবে এক কাৰ্য্যসুচী অনুস্থিত কৰে।জিলাৰ বহুসংখ্যক সংবাদ কৰ্মীৰ লগতে যুৱক-যুৱতীয়ে অনুস্থানত অংশগ্ৰহণ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com