ৰাজ্যিক বাতৰি
ধূমপায়ীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান
গুৱাহাটী মহানগৰী আৰক্ষীয়ে গনেশগুৰিত ৰাজহুৱা স্থানত ধূমপায়ীৰ বিৰুদ্ধে অভিযান চলায়।আৰক্ষীয়ে ধূমপায়ীক সতৰ্ক কৰি জনায় যে ৰাজহুৱা স্থানত যদি ধুমপান কৰা ব্যক্তি COTPA আইনৰ অধীনত ২০০ টকাৰ পৰা ৫ হাজাৰ পৰ্যন্ত জৰিমৰা হোৱাৰ লগতে আইন ভংগকাৰীয়ে ৫ বছৰ পৰ্যন্ত কাৰাবাস খাটিবলগীয়া হব পাৰে।মহানগৰ আৰক্ষীয়ে মহানগৰৰ বিভিন্ন স্থানত ৰাজহুৱা স্থানত ধূমপায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব।

