প্ৰিমিয়াৰ জুনিয়ৰ কলেজৰ আয়োজন 'পৰিচয় ২০১৮'

প্ৰিমিয়াৰ জুনিয়ৰ কলেজৰ আয়োজন 'পৰিচয় ২০১৮'
Published on

যোৱা শনিবাৰে উদালগুৰি জিলাপ্ৰিমিয়াৰ জুনিয়ত কলেজে নৱাগত আদৰনি সভা "পৰিচয় ২০১৮" নামেৰে আয়োজন কৰে।অনুষ্ঠান খনৰ সভাপতিত্ব কৰে কলেজ খনৰ ব্যৱস্থাপনা কমিটি সভাপতি ইন্দ্ৰ শৰ্মা আৰু বন্তি প্ৰজ্বলন কৰে সাংবাদিক বৈদ্যনাথ উপাধ্যায়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com