ফৰকাটিং কলেজত অনুষ্ঠিত হ'ব তৰ্ক প্ৰতিযোগিতা

ফৰকাটিং কলেজত অনুষ্ঠিত হ'ব তৰ্ক প্ৰতিযোগিতা
Published on

অহা ২৭ছেপ্তেম্বৰত ফৰকাটিং কলেজত নৰনাৰায়ন চন্দ্ৰ দত্তৰ সোৱঁৰণত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি কলেজ খনৰ অধক্ষ্য ড° অপূৰ্ব শইকীয়াই মত প্ৰকাশ কৰে।প্ৰতিযোগিতা খন কলেজ খনৰ ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ-গ্ৰহন কৰিব।তৰ্ক প্ৰতিযোগিতা খনৰ মুল বিষয় হৈছে,"largr-scale use of information technology by the present day youth has immensely contributed towards the development of their knowledge and intellect". প্ৰতিযোগিতা খনৰ বিজয়ী তিনিগৰাকীক ৭,০০০ , ৫,০০০, আৰু ৩,০০০টকা প্ৰদান কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com