বন-ৰৌ উদ্ধাৰ,তিনিজনক গ্ৰেপ্তাৰ

বন-ৰৌ উদ্ধাৰ,তিনিজনক গ্ৰেপ্তাৰ

যোৱা শুক্ৰবাৰে মালিগাঁওত বন্যপ্ৰাণী অপৰাধমূলক নিৰ্মুলকৰন সংস্থা আৰু কস্তম নিবাৰক বলে যুটীয়া অভিযানৰ যোগেদি বন-ৰৌ এটি উদ্ধাৰৰ লগতে তিনি লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ইয়াৰ উপৰিও ইয়ন গাড়ী এখনো জব্দ কৰে।জানিব পৰা অনুসৰি দৰঙৰ চিলবৰীৰ পৰা চোৰাংভাৱে অনা বন-ৰৌটো গুৱাাহাটীৰে এজন লোকক বিক্ৰী কৰিবলৈ আনিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com