বহনক্ষম বিকাশৰৰ্থে দীৰ্ঘস্থায়ী উন্নয়ন

বহনক্ষম বিকাশৰৰ্থে দীৰ্ঘস্থায়ী উন্নয়ন
Published on: 

অসম ৰাজ্যপাল জগদীশ মুখী যোৱা বুধবাৰে বহনক্ষম বিকাশৰ অৰ্থে বড়োলেণ্ড এলেকাৰ স্থানন্তৰিত কৰ বিভাগৰ সকলো কৰ্মচাৰীকে লাইন বিভাগসমূহৰ দ্বাৰা পৰিচালিত ৰাজ্যিক আৰু কেন্দ্ৰীয় আচঁনি সমূহক শীঘ্ৰে সময়ত কাৰ্য্যকৰী কৰিবলৈ কয়।

ৰাজ্যপাল জগদীশ মুখীয়ে আজি ৰাতিপুৱা ৰাজধানী এক্সপ্ৰেছৰে কোকৰাঝাৰত উপস্থিত হৈ আৱৰ্ত্ত ভৱনত সুৰক্ষা সংস্থা সমূহৰ আলোচনাত মিলিত হৈ আইন সম্পৰ্কীয় বিষয় সমূহৰ বুজ লয়।এই আলোচনাৰ সময়ত বড়োলেণ্ডৰ অধ্যক্ষ,বিচি ফুকন,কোকৰাঝাৰ জিলা উপায়ূক্ত নিৰঞ্জন বৰুৱা,আইজিপি অনুৰাগ আগৰৱাল আৰু অন্য বহু লোক উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com