বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস উদযাপন

বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস উদযাপন
Published on

যোৱা সোমবাৰে অৰ্থাৎ ১০ ছেপ্তেম্বৰত বঙাইগাঁওত পালন কৰা হ'ল বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস।শিশুৰ শিক্ষা আৰু আত্মহত্যাৰ প্ৰতিৰোধৰ বাবে এই দিৱস পালন কৰা হয়।অনুষ্ঠানত বক্তৃত্বা প্ৰদান কৰে,চিৰাং আৰ্মী ৰেড হৰ্ন চিকিৎসালয় বিষয়াই।অনুষ্ঠান খন অনুষ্ঠিত হয় খুনগিৰিং ৰানীখাটা হাই স্কুলত।মুঠ ২০জন শিক্ষক-শিক্ষয়ত্ৰী আৰু ৩০০জন ছাত্ৰ-ছাত্ৰীয়ে উক্ত সভা খনত অনুষ্ঠিত হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com