বুধবাৰৰ পৰা পুনৰ উভৈনদী হৈ পৰিব চালানি মাছৰ বজাৰ

বুধবাৰৰ পৰা পুনৰ উভৈনদী হৈ পৰিব চালানি মাছৰ বজাৰ
Published on: 

ইমান দিনে বন্ধ চালানি মাছৰ আমদানি বন্ধ হৈ থকাৰ পিছত এতিয়া পুনৰ অন্ধ্ৰপ্ৰদেশৰ মাছেৰে ভৰি পৰিবহি গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন বজাৰ সমূহ।বুধবাৰে গুৱাহাটী বজাৰ পাবহি অন্ধ্ৰপ্ৰদেশৰ চালানী মাছ। ৰাজ্যৰ বজাৰ উভৈনদী হ’ব চালানী মাছেৰে। এই কথা জনালে অন্ধ্ৰ প্ৰদেশৰ প্ৰতিনিধিয়ে। মাছত ফৰ্মেলিন থকাৰ কথা অস্বীকাৰ কৰে ব্যৱসায়ীয়ে।১০ দিনৰ নিষেধাজ্ঞাৰ অন্তত পুনৰ গুৱাহাটীলৈ মাছৰ আমদানি।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com