ভুৱা লাইচেঞ্চ নিৰ্মাণকাৰী দলক আটক

ভুৱা লাইচেঞ্চ নিৰ্মাণকাৰী দলক আটক
Published on: 

নগালেণ্ডৰ ভুৱা লাইচেঞ্চ নিৰ্মাণ কৰা চক্ৰ উৎখাত কৰা হয় হোজাইত।উপ আৰক্ষী পৰিদৰ্শক ঋতুপন গগৈৰ নেতৃত্বত এই উৎখাত অভিযান চলাই আৰক্ষীয়ে দলটোৰ ৩জন সদস্যক আটক কৰে।আটক কৰা তিনিজন ক্ৰমে সুমেশ্বৰ নাথ, মতি চৌহান আৰু চাহেব আলী ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com