মহানগৰীৰ লখৰাত বিদ্যুত্‍স্পৃষ্ট হৈ এজনৰ মৃত্যু

মহানগৰীৰ লখৰাত বিদ্যুত্‍স্পৃষ্ট হৈ এজনৰ মৃত্যু
Published on: 

লখৰাত উচ্চ ক্ষমতাসম্পন্ন তাঁৰত লাগি আমিৰুল ইছলাম নামৰ লোক এজনৰ মৃত্যু হয়।গুৱাহাটীৰ কামৰূপ ৱেৰ হাউছত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাত বিদ্যুত্‍স্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় আৰুএজন।আহত ব্যক্তিজনক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com