যুৱকৰ মৃতদেহ উদ্ধাৰ

যুৱকৰ মৃতদেহ উদ্ধাৰ
Published on

গোসাইগাঁৱৰ শিমলুটাপু হাৰাফুটা নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।যাৰ ফলত সমগ্ৰ অঞ্চলজুৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।জানিব পৰা মতে মৃত যুৱক জন দামৰাপাৰাৰ বাছিদ টুদু।ৰাতিপুৱা ভাগত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি শিমলুটাপু আৰক্ষীক খৱৰ দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com