ৰাজ্যিক বাতৰি
শক্তি মন্ত্ৰীয়ে স্থাপন কৰিলে আধাৰশিলা লগতে প্ৰদান কৰিলে ভূমি পট্টা
ৰাজ্যিক শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা মহকুমাৰ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে পানী আচঁনি উদ্ধোধন কৰে আৰু ভূমিহীন সকলক ভূমি পট্টা প্ৰদান কৰে।চাপৰ চাহবাগান আৰু সত্যপুৰ দূৰ্গা মন্দিৰ খেলপথাৰত কৃষ্ণকলি চাহ ষ্টেটত পাব্লিক ইঞ্জিনিয়াৰিং হেল্থৰ সহযোগত আনুষ্ঠানিক ভাৱে গগৈয়ে পানী প্ৰজেক্ট এটি কাৰ্য্যকৰীৰ কৰাৰ লগতে ভূমিহীন লোকক ভূমিপট্টা প্ৰদান কৰে।