শিৱসাগৰৰ হত্যাকাণ্ডৰ দুজনক গ্ৰেপ্তাৰ

শিৱসাগৰৰ হত্যাকাণ্ডৰ দুজনক গ্ৰেপ্তাৰ
Published on

শিৱসাগৰ আৰক্ষীয়ে ৰাজমাই চাহ বাগিছাৰ সুত্তু মুণ্ডা আৰু ৰাজীৱ মু্ণ্ডা নামৰ দুজন লোকক জ্যেষ্ঠ ভাতৃক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে,মৃত ৰাজু মুণ্ডা চাহবাগিছা খনৰ শ্ৰমিক আছিল।পাৰিবাৰিক কন্দলৰ বাবেই চুত্তু আৰু ৰাজীৱে ককায়েকক হত্যা কৰে ।অভিযুক্তই আৰক্ষীক স্বীকাৰ কৰা অনুসৰি বাহ গছেৰে আঘাত কৰাৰ ফলত থিতাতে নিহত হয় ৰাজু মুণ্ডা।অধিক তথ্যৰ বাবে শিৱসাগৰ সদৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com