সচ্চ ভাৰত অভিযানৰ অধীনত দেশত ৫০ লাখ শৌচাগাৰ নিৰ্মান কৰা হব : মন্ত্ৰী হৰদ্বীপ সিং পুৰী

সচ্চ ভাৰত অভিযানৰ অধীনত দেশত ৫০ লাখ শৌচাগাৰ নিৰ্মান কৰা হব : মন্ত্ৰী হৰদ্বীপ সিং পুৰী
Published on

কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কৈছে যে সচ্চ ভাৰত অভিযানৰ অধীনত সমগ্ৰ দেশত ৫০ লাখ শৌচাগাৰ নিৰ্মান কৰা হব আৰু ইতিমধ্যে ৭.৬২ লাখ শৌচাগাৰ নিৰ্মানৰ কাম চলি আছে।মন্ত্ৰী পুৰীয়ে লগতে কয় যে সচ্চ ভাৰত অভিযানৰ লক্ষ্য যে দেশৰ ৪,০৪১খন চহৰত বীজানু মুক্ত আৰু বিজ্ঞানসন্মত শৌচাগাৰ নিৰ্মান কৰি সচ্চ দেশ হিচাপে ভাৰতবৰ্ষক প্ৰতিস্থা কৰা।সচ্চ ভাৰত অভিযানৰ অধীনত ৫০,০৪,০৯৮ টা শৌচাগাৰ নিৰ্মান কৰা হব যত ইতিমধ্যে ৭,৬২,৫৫৬ টা শৌচালয় নিৰ্মান কৰি আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com