সজাগতা সভা, অন্ন অধিকাৰ আৰু মানৱ সৰবৰাহ

সজাগতা সভা, অন্ন অধিকাৰ আৰু মানৱ সৰবৰাহ
Published on: 

লখিমপুৰ জিলাৰ সদৌ অসম আদীৱাসী মহিলা সংগঠনে দুটা গভীৰ বিষয়ৰ ওপৰত এখন সজাগতা সভা আয়োজন কৰে।সংগঠনটোৱে অন্ন অধিকাৰ আৰু মানৱ সৰবৰাহৰ ওপৰত জুনুবস্তি আদীৱাসী হাই স্কুলত প্ৰায় ৪০০জন মান মানুহৰ উপস্থিতিত এখন সজাগতা সভা আয়োজন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com