সদ্য ব্যৱহাৰ প্ৰমানপত্ৰ দিয়াত দেৰী হোৱা কাৰ্য্যই সীমাৰ ওচৰ পাজৰৰ উন্নয়নত বাধা

সদ্য ব্যৱহাৰ প্ৰমানপত্ৰ দিয়াত দেৰী হোৱা কাৰ্য্যই সীমাৰ ওচৰ পাজৰৰ উন্নয়নত বাধা
Published on

বৰ্তমান চৰকাৰ খনেও কংগ্ৰছৰ পদচিহ্ন অনুসৰণ কৰি ব্যৱহাৰ প্ৰমাণপত্ৰ দিয়াত দেৰী কৰাৰ ফলত অসমে আন্তৰাষ্ট্ৰীয় সীমাৰ ক্ষেত্ৰত সম্স্যাৰ সম্মুখীন হব লগীয়া হৈছে। কেন্দ্ৰীয় গৃহঠ মন্ত্ৰণালয়ে পুঁজি আবণ্টণ কৰাৰ পিছতো দিশপুৰে ব্যৱহাৰৰ প্ৰমাণ পত্ৰ নিদিয়াৰ কাৰণে এই পুঁজি গ্ৰহনকৰিব পৰা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com