প্ৰতি দুবছৰৰ মূৰে মূৰে সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।এইবাৰ ২০১৮বৰ্ষত এই বঁটা ওস্তাদ আমজাদ আলী খানলৈ প্ৰদান কৰা হব।অহা ৯আগষ্টত বিবেকানন্দ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ'ব এই বঁটা।বঁটাত এক লাখ টকাৰ চেক প্ৰদান কৰা হ'ব।