সোণাৰিৰ সাপেখাতীত আলফা বিচৰাৰ নামত নিৰীহক নিৰ্যাতন সেনাৰ

সোণাৰিৰ সাপেখাতীত আলফা বিচৰাৰ নামত নিৰীহক নিৰ্যাতন সেনাৰ

Published on

সোণাৰিৰ সাপেখাতীত আলফা বিচৰাৰ নামত নিৰীহক নিৰ্যাতন সেনাৰ ৷ পুৱতি নিশা সাপেখাতীস্থিত সেনা ছাউনিৰ এটা দলে চতিয়নাগুৰিৰ এজন শ্ৰমিকক আলফাৰ সন্ধান বিচাৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত সাপেখাতী ৷ উত্তেজিতলোকে চতিয়নাগুৰিত ধোদৰআলি অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ ৷ অৱৰোধৰ ফলত সোণাৰি নামৰুপৰ যোগাযোগ ব্যাহত হৈ পৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com