হোজাইৰ অমৰ থাপাৰ সাফল্য

হোজাইৰ অমৰ থাপাৰ সাফল্য
Published on: 

হোজাইৰ আজমল কলে'জৰ ছাত্ৰ অমৰ থাপাই বিজ্ঞান বিভাগত মুঠ ১০টাৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।প্ৰথম স্থান প্ৰাপ্ত অমৰে মুঠ ৫০০ৰ ভিতৰত ৪৮৬নম্বৰৰ ৯৭.০২শতাংশ লাভ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com