৩০সাংবাদিকলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান

৩০সাংবাদিকলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান
Published on

সাংবাদিক চিকিৎসা কল্যান আচঁনিৰ অন্তৰ্গত তথ্য আৰু গণসংযোগ বিভাগে স্বাস্থ্যজনিত কাৰনত ৩০ সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবেে ১২,৩০,০০০টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে। অতিৰিক্ত মুখ্য সচিব কে এছ কৃষ্ণাৰ সভাপতিত্বত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সভাখনত উক্ত প্ৰস্তাৱটি নিশ্চিত কৰে।তথ্য আৰু গণসংযোগ বিভাগৰ অধক্ষ্য ৰাজীৱ প্ৰকাশ বৰুৱাই কয় যে ৰাজ্যৰ ১৫০জন সাংবাদিকৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ এই আচঁনিৰ দ্ধাৰা উপকৃত হ'ব।ইয়াৰ লগতে চিকিৎসাৰ বাবে ৬৯.৩৫লাখ টকা বিভাগৰ তৰফৰ পৰা অতি সোনকালে মুকলি কৰি দিয়া হ'ব বুলি অধক্ষ্য গৰাকীয়ে মত প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com