ৰাইজক ‘হাৰাশাস্তি’ কৰাই ইয়াৰ মূল লক্ষ্য

ৰাইজক ‘হাৰাশাস্তি’ কৰাই ইয়াৰ মূল লক্ষ্য
Published on

কামৰূপ মেট্ৰৰ দুটাকৈ ৰাজহ চক্ৰ- গুৱাহাটী ৰাজহ চক্ৰ আৰু দিশপুৰ ৰাজহ চক্ৰই বৰষুণৰ বতৰৰ কাৰণে তেওঁলোকৰ এলেকাৰ ভূমি জোখ মাখ কাৰ্য্য ১৫ মে'ৰ পৰা ১৫ নবেম্বৰলৈ ছমাহ বন্ধ ৰখা কাৰ্য্যক ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা কিছুসংখ্যক লোকে এই স্থগিতকৰণৰ যোগেদি ৰাইজক হাৰাশাস্তি কৰা হৈছে বুলি ক'ব বিচাৰিছে। মানুহে নিজৰ ভূমি জোখ মাখৰ বাবে এই ৰাজহ খণ্ড দুটাৰ কাৰ্য্যালয় গৈ নিৰাশ হৈ ঘূৰি আহিবলগীয়া হৈছে কাৰণ ভূমি জোখা কাৰ্য্য ছমাহলৈ স্থগিত ৰাখিছে । আনফালে, গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে কয় যে এই ভূমি জোখা কাৰ্য্য স্থগিতকৰণৰ জাননীখেন ৰাইজক হাৰাশাস্তি কৰাৰ লগতে দুৰ্নীতিৰ পথ প্ৰশস্ত কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com