আজি,১৫ ফেব্ৰুৱাৰী, ২০২৩ ৰ শ্বিলং(মেঘালয়) তীৰ খেলৰ ফলাফল

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিছে। শ্বিলং তীৰ খেলৰ ফলাফল ঘোষিত হৈছে। ফলাফলৰ বাবে ইয়াত চাওক
আজি,১৫ ফেব্ৰুৱাৰী, ২০২৩ ৰ শ্বিলং(মেঘালয়) তীৰ খেলৰ ফলাফল

শ্বিলং তীৰ খেলৰ লাইভ  আপডেট: শ্বিলং তীৰ খেল হৈছে আন এক বৈধ আৰ্চাৰী নিৰ্ভৰ লটাৰী খেল। এই খেল খাচী হিলচ আৰ্চাৰী স্পৰ্টছ এছোচিয়েচনে আয়োজন কৰে।  এই এছোচিেচন শ্বিলঙৰ ১২ টা আৰ্চাৰী ক্লাবৰে গঠিত। এই তীৰ খেল বিগত ১২ বছৰ ধৰি আয়োজন কৰি অহা হৈছে। ইয়াৰ ফলাফল  meghalayateer.comতো পাব। 

আজি,১৫ ফেব্ৰুৱাৰী, ২০২৩ ৰ জুৱাইৰ তীৰ খেলৰ ফলাফল

প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ ✅ শ্বিলং তীৰ খেলৰ হীট নম্বৰৰ ফলাফল বিয়লি 4:30 বজাত আৰু ৫ বজাত ৰাজহুৱা কৰা হয় । টিকট ক্ৰয় কৰাসকলৰ সৌভাগ্য কামনা কৰিলো

DateF/R(2:45pm)S/R(3:10pm)
15-Feb-232739
14-Feb-238362
13-Feb-232556
11-Feb-238821
10-Feb-233729
09-Feb-232627
08-Feb-234968
07-Feb-233911
06-Feb-236174
04-Feb-229124
03-Feb-232361
02-Feb-237925
01-Feb-233714

১৯৮২ত মেঘালয় চৰকাৰে আয়ৰ ভাল উত্স হিচাপে তীৰ খেলক আইনী বৈধতা দিয়ে। মেঘালয় বিধানসভাই ১৯৮২ত মেঘালয় মনোৰঞ্জন আৰু জুৱা কৰ(সংশোধনী)আইন গৃহীত কৰে। ইয়াৰ উদ্দেশ্য আছিল এই তীৰ খেলৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা।

আজি,১৫ ফেব্ৰুৱাৰী, ২০২৩ ৰ, শ্বিলঙৰ তীৰ খেলৰ ফলাফল

এই পৰম্পৰাগত তীৰ খেল  সমগ্ৰ মেঘালয়ত জনপ্ৰিয়। শ্বিলঙৰ উপৰি জুৱাই আৰু লেড্ৰাইম্বাৰতো তীৰ খেলৰ আয়োজন কৰা হয়।  জুৱাই তীৰ খেল দুটা ৰাউণ্ডত খেলা হয়।  বিয়লি ২-১৫ত প্ৰথম ৰাউণ্ডৰ আৰু  ৩ বজাত দ্বিতীয় ৰাউণ্ডৰ ফলাফল ঘোষণা কৰা হয়।

DateF/R(4:30pm)S/R(5:30pm)
15-Feb-237416
14-Feb-231892
13-Feb-238763
11-Feb-236499
10-Feb-237362
09-Feb-23361
08-Feb-235561
07-Feb-237425
06-Feb-235415
04-Feb-221954
03-Feb-238359
02-Feb-232128
01-Feb-234515
দেওবাৰক বাদ সপ্তাহৰ গোটেই দিনবোৰত  তীৰ খেল খেলা হয়। এই তীৰ খেল সহজ। এজন মানুহে সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৩-৩০ বজালৈ তীৰ খেলৰটিকট সংগ্ৰহ কৰিব পাৰে। এই খেল বিয়লি ৩-৩০ বজাত আৰম্ভ হয়।  টিকট থকাসকলে ০ ৰ পৰা ৯৯ৰ ভিতৰত বাজী লগাব লগীয়া হয়। 

 তীৰ খেলৰ নিয়মাৱলীসমূহঃ

লক্ষ্যস্থানত আঘাত কৰাৰ বাবে লোৱা কাঁড়ৰ সংখ্যা প্ৰথম ৰাউণ্ডত ৩০ডালতকৈ কম আৰু ৫০তকৈ অধিক হ'ব নালাগিব। দ্বিতীয় ৰাউণ্ডত কাঁড়ৰ সংখ্যা ২০ ডাল হব লাগিব। বিজয়ীয়ে কাঁড়ৰ সংখ্যাৰ শেষৰ দুটা নম্বৰ শুদ্ধকৈ নিৰূপন কৰিব লাগিব। যদি এজন মানুহে প্ৰথম ৰাউণ্ডত তীৰৰ ড্ৰীম নম্বৰ শুদ্ধকৈ নিৰূপন কৰিব পাৰে, তেন্তে তেওঁ প্ৰতিটোতে ১ টকাৰ বাজীৰ বিপৰীতে ৯০ টকাকৈ পাব। যদি খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত নম্বৰটো নিৰূপণ কৰিব পাৰে, তেন্তে তেওঁলোকে প্ৰতিটোতে ১ টকাৰ বাৰীৰ বিপৰীতে ৬০ টকাকৈ পাব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com