অভিৰূপ, হৰ্ষদীপ (Abhirup, Harshadeep )উইন

চাউথ পইণ্ট চেছ একাডেমীৰ উদ্যোগত আৰু অসম দবা ক্লাবৰ সহযোগত অনুষ্ঠিত এই দিনজোৰা প্ৰতিযোগিতাখনত মহানগৰীৰ মুঠ ৪৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
অভিৰূপ, হৰ্ষদীপ (Abhirup, Harshadeep )উইন
Published on

গুৱাহাটী, (GUWAHATI)৫ ছেপ্টেম্বৰ : বৰসাপাৰাৰ চাউথ পইণ্ট স্কুলত কালি অনুষ্ঠিত হোৱা চাউথ পইণ্ট স্কুল দেওবাৰৰ ৰেপিড চেছত অভিৰূপ শইকীয়া (১৬ বছৰৰ তলৰ শাখা) আৰু হৰ্ষদীপ ডেকা (১০ বছৰৰ তলৰ শাখা) চেম্পিয়ন হয়। চাউথ পইণ্ট চেছ একাডেমীৰ উদ্যোগত আৰু অসম দবা ক্লাবৰ সহযোগত অনুষ্ঠিত এই দিনজোৰা প্ৰতিযোগিতাখনত মহানগৰীৰ মুঠ ৪৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com